সভা-সমিতি

বৰহাটত সদৌ অসম ছোৱালী কিক্ বক্সিং প্ৰতিযোগিতা আয়োজন

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ বৰহাট আত্মৰক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত তথা চৰাইদেউ কিক্ বক্সিং সমিতিৰ উদ্যোগত অহা ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত বৰহাট ক্লাব খেল পথাৰত সদৌ অসম ভিত্তিত ছোৱালী কিক্ বক্সিং প্ৰতিযোগিতা আয়োজন কৰিছে। ইচ্ছুক প্ৰতিযোগী সকলক সাধাৰণ সম্পাদক খগেন কুমাৰ গগৈ, কিক্ বক্সিং সন্থা অসম,দূৰভাষ-৯৯৫৪২২৩৩২৩ নম্বৰত যোগাযোগ নিশ্চিত কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close