সভা-সমিতি

মংগলদৈত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটী আৰু দৰং জিলা মহিলা কংগ্ৰেছ কমিটীৰ নাৰী দিৱস পালন

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটী আৰু দৰং জিলা মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশেষ সজাগতা সভা ও বিনামূলীয়া নেপকিনচ্ বিতৰণী অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী ডেকা,ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী সকলকে আদি কৰি কলাইগাঁও বিধানসভা সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হুমায়ুন কবীৰ লগতে দলীয় নেতা কৰ্মী সকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close