
দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰঃ দৰং জিলাৰ মংগলদৈত প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকলে এক ৰেলী উলিয়াই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। ছাত্ৰ-ছাত্ৰীসকলে নাৰী সৱলীকৰণৰ দাৱী জনায় শোভাযাত্ৰা কৰি নাৰী দিৱস পালন কৰে।