অসম

মৰাণত চাহ শ্ৰমিকৰ প্ৰতিবাদ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ:আসাম কোম্পানী লিমিটেডৰ অধীনৰ ডোমৰ দলং,খুমটাই,হাজুৱা আৰু মহখুটি চাহবাগিছাৰ শ্ৰমিকসকলক যোৱা ৪০ দিন ধৰি বেতন,ৰেচন আৰু অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰা প্ৰতিবাদত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাহমৰা শাখাৰ উদ্যোগত মৰাণত ২ ঘন্টীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। ফলত হাজাৰ হাজাৰ যান-বাহন আৱদ্ধ মৰাণত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close