অসম

শিৱসাগৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান

প্ৰথম খবৰ, শিৱসাগৰ: বিজেপি মিত্ৰজোট চৰকাৰখনৰ শিক্ষা বিভাগটো চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰ লগতে যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খন স্বীকৃতি বাতিল কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে নিন্দা কৰি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে‌।

উক্ত কাৰ্য্যসূচীৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাটো প্ৰাথমিক পৰ্য্যায়ৰ পৰা উচ্চ শিক্ষালৈ অত্যাধুনিক উন্নয়নৰ ক্ষেত্ৰত ১০ টাকৈ গুৰুত্বপূৰ্ণ দাবীৰ এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close