অসম

সদনত আক্ৰমণাত্মক ৰূপ শিক্ষমন্ত্ৰীৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: যোৰহাট মহিলা বিশ্ববিদ্যালয়ক লৈ সদনত সৰব ডঃ হিমন্ত বিশ্ব শৰ্মা। তেওঁ আজি সদনত সদনত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি বিৰোধীক থকা-শৰকা কৰে। তেওঁ সদনত কয় যে,আমি বিশ্ববিদ্যালয়খন বচাবলৈহে বিচাৰিছোঁ, অচলাৱস্থাৰ বাবে জগৰীয়া তৰুণ গগৈ। “মই শিক্ষামন্ত্ৰী হৈ থাকতে আইনখন গৃহীত কৰিছিলো”-এই বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Close