অসমশীৰ্ষ

সোণাৰিত চোৰাং কাঠ জব্দ

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত গাড়ীসহ জব্দ কৰা হৈছে চোৰাং কাঠ। নাফুক আঞ্চলিক বন বিষয়াই জব্দ কৰে এই কাঠখিনি। এ এছ ০৬ এ চি ০৩৭৯ নম্বৰৰ বলেৰ পিকআপ গাড়ীৰে সৰবৰাহৰ চেষ্টা কৰিছিল মূল্যবান শাল কাঠ। ঘটনাৰ সৈতে জড়িত থকা মূল অভিযুক্ত কুখ্যাত কাঠ মাফিয়া টুফি আলী পলায়ন।

Related Articles

Leave a Reply

Close