অসম

সোণাৰিত বাঘৰ আক্ৰমণত আহত এজন

প্ৰথম খবৰ,সোণাৰি:সোণাৰিৰ বাহঁবাৰীত নাহৰ ফুটুকী বাঘৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজন নৰেন নায়ক। স্থানীয় টংকেশ্বৰ গগৈৰ চাহ বাগিছাত কাম কৰি থকা অৱস্থাতে শ্ৰমিক নৰেনক আক্ৰমণ নাহৰফুটুকী বাঘৰ। আহত নৰেনক ৰজাপুখুৰী অসামৰিক হাস্পাতালত ভৰ্ত্তি কৰোৱা হয়। সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close