অসমসভা-সমিতি

সোণাৰিৰ উজান লংপতীয়াত দিনযোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ ও ভাওনা প্ৰদৰ্শন

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:সোণাৰিৰ উজান লংপতীয়াত সমূহ গাঁৱৰ ৰাইজৰ সহযোগত আজি ৫০ নং উজান লংপতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ, দিহা নামৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা চাফাই কৰাৰ পাছতে ধৰ্মধজ্বা উত্তোলন কৰি ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। সন্ধিয়ালৈ স্থানীয় মহিলা সকলে দিহানাম কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতে নিশালৈ গাঁৱৰ যুৱক সকলৰ দ্বাৰা “ভৃগু মুণি পদ চিহ্ন ৰত্নী দেৱৰ স্বৰ্গ লাভ মধু দৈত্য বধ”নামৰ ভাওনা প্ৰদৰ্শন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close