শেহতীয়া
Home / শীৰ্ষ / হঠাৎ শ্বুটিঙৰ মাজত অসুস্থ বিগ বি

হঠাৎ শ্বুটিঙৰ মাজত অসুস্থ বিগ বি

নিউজ ডেস্ক, প্ৰথম খবৰঃ ৰাজস্থানৰ যোধপুৰত থাগছ অফ হিন্দুস্তান নামৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে আজি হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন৷

উল্লেখ্য যে, থাগছ অফ হিন্দুস্তানৰ শ্বুটিং চলি থকাৰ সময়তে অভিনেতাগৰাকীয়ে হঠাৎ পেটত বিষ অনুভৱ কৰে আৰু ইয়াৰ বাবে বৰ্ত্তমান মুম্বাইৰ পৰা এটা চিকিৎসকৰ দল শ্বুটিংস্থলীলৈ ৰাওনা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*