অসম

ৰঙিয়াত চুৰি সোণ জব্দ

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ১ কিলোগ্ৰাম সোণ জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে।

প্ৰাপ্ত তথ্য মতে, ১ নম্বৰ প্লেটফৰ্ম ত এটা পৰিত্যক্ত বেগৰ পৰা জব্দ হৈছে ৯ টাকৈ সোণৰ বিস্কুট। প্লেটফৰ্মত টহলদাৰী জিআৰপিৰ জোৱানে জব্দ কৰিছে এই সোণবোৰ। গুৱাহাটী ৰে’ল ষ্টেচনত কটকটীয়া নিৰাপত্তা স্বত্তেও অতি সহজে সোণখিনি বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইচিল দুষ্ট চক্ৰই। কিন্তু ৰঙিয়া ৰে’ল ষ্টেচনত ১ নং প্লেটফৰ্মত সোণ ভৰ্তি বেগ এৰি পলাল সৰবৰাহকাৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close