শেহতীয়া
Home / অসম / ৰে’ল গেটৰপৰা সন্ধানহীন অন্ধ ছোৱালী

ৰে’ল গেটৰপৰা সন্ধানহীন অন্ধ ছোৱালী

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোড ৰে’ল গেটত দীৰ্ঘদিন ধৰি ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি অহা বৰপেটাৰোডৰ খৈৰাবাৰীৰ দিলুৱাৰা খাটুন নামৰ (৩০বছৰ) অন্ধ ছোৱালী এজনী যোৱা ৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। সেয়ে কোনোলোকে অন্ধ ছোৱালীজনীৰ কিবা সম্ভেদ পালে তেওঁৰ দেউতাক আব্দুল চাত্তাৰে ৯৬৭৮৬৩৭৮৭৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*