অসম

সোণাৰিত আদিবাসী সুৰক্ষা সমিতিৰ ৰে’ল অৱৰোধ

প্ৰথম খবৰ,সোণাৰি: চৰাইদেউৰ সাপেখাতীত ৰে’ল অৱৰোধ কৰে আদিবাসী সুৰক্ষা সমিতিয়ে ৷ আদিবাসীসকলক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা,দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এই প্ৰতিবাদ৷ অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰে উজনিমুৱা ইন্টাৰচিটি ৰে’ল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close