সভা-সমিতিসাহিত্য

উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ দেৱে কৰ্ম ব্যস্ততাৰ মাজতো প্ৰকাশ কৰি উলিয়ালে দুখনকৈ গ্ৰন্থ।

ৰবিবাৰে বৰপেটা প্ৰেছ ক্লাৱত শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্ৰ দেৱৰ সভাপতিত্বত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপায়ুক্ত মালাকাৰ দেৱৰ গ্ৰন্থ “মায়ে দিয়া বিহান” নামৰ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই আৰু কৃষ্ণশিক্ষা গ্ৰন্থখন উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই।

গ্ৰন্থ উন্মোচনি সভাত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক নিৰুপমা মিশ্ৰ‌ই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close