অসমশীৰ্ষ

“ৰাষ্ট্ৰীয় সংগীতত অন্তৰ্ভুক্ত হ’ব লাগে উত্তৰ-পূৰ্বাঞ্চলৰ ঠাইৰ নাম”-ৰিপুন বৰা

নিউজ ডেস্ক,প্ৰথম খবৰ: সাংসদ ৰিপুন বৰাই ৰাজ্যসভাত এক বিশেষ প্ৰস্তাৱ দাঙি ধৰে। এই প্ৰস্তাৱটি ৰাষ্ট্ৰীয় সংগীতত নতুন শব্দ সংযোজন কৰাৰ।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতত সিন্ধু শব্দটো ব্যৱহাৰ হৈছে। কিন্তু সিন্ধু বৰ্তমান ভাৰতৰ অন্তৰ্ভুক্ত নহয়। সেয়েহে সিন্ধু শব্দটোৰ ঠাইত উত্তৰ-পূৰ্বাঞ্চলৰ ঠাইৰ নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে সাংসদ ৰিপুন বৰাই। যিহেতু উত্তৰ-পূৰ্বাঞ্চলো ভাৰতৰ এক গুৰুত্বপূৰ্ণ অঞ্চল। এই প্ৰস্তাৱটোক আন-আন সাংসদসকলে সমৰ্থনো জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close