বিনোদনশীৰ্ষ

অসুস্থ অভিনেতা ইমৰাণ খান

নিউজ ডেস্ক, প্ৰথম খবৰ: এক হৃদয়বিদাৰক খবৰে জোঁকাৰিছে বলিউডক। বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খান গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে। বিগত কিছুদিন আগতে তেওঁ নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে তেওঁৰ অসুস্থতাৰ কথা জনাইছিল।

পৰৱৰ্তী সময়ত তেওঁ চিকিৎসা সংক্ৰান্তত আমেৰিকা যায় আৰু তেওঁৰ মুৰত এক জটিল কৰ্কট ৰোগ হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। যোৱাকালিৰ পৰা ইৰফান খানৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে তথা গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে।

আমেৰিকাৰ চিকিৎসকে উদ্বেগ প্ৰকাশ কৰি কয় যে,তেখেতৰ আৰোগ্য হোৱা সম্ভাৱনা কম আৰু অসুস্থতা নিৰাময় নহয় বুলি জানিবলৈ দিয়ে। বলিউডত এতিয়া সকলোৱে ইৰফানৰ আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close