শীৰ্ষৰাষ্ট্ৰীয়

ওড়িসাত ভয়াবহ বাছ দূৰ্ঘটনাত দুজন নিহত ৩০ জন আহত

 

নিউজ ডেস্ক, প্ৰথম খবৰঃ ওড়িসাৰ কালাহান্দিত শুক্ৰবাৰে সংঘটিত হয় এক ভয়াবহ বাছ দূৰ্ঘটনা৷

কালাহান্দিৰ ২৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দূৰ্ঘটনাত এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা দ-খাৱৈত বাগৰি পৰাত থিতাতে দুজনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ৩০ জনকৈ লোক ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close