শীৰ্ষৰাষ্ট্ৰীয়

কমনৱেল্থ গেমছত ভাৰতৰ ১৬ সংখ্যক স্বৰ্ণ পদক

 

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰঃ কমনৱেল্থ গেমছত আন এটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হ’ল ভাৰতীয় শ্বুটাৰ অনীশ ভানৱালাই৷ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিস্তলত এই পদক আঁজুৰিবলৈ সক্ষম হয় ১৫ বছৰীয়া অনীশে৷

এওঁৰ এই পদকসহ ভাৰতে ইতিমধ্যে লাভ কৰিলে মূঠ ১৬ টা স্বৰ্ণ পদক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close