শেহতীয়া
Home / শীৰ্ষ / কোটিপতি কুকুৰ

কোটিপতি কুকুৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:
আপোনাৰ ঘৰত হয়তো পোহনীয়া কুকুৰ আছে ! কুকুৰটোৰ নামত আপোনাৰ প্ৰতিমাহত বহুতো খৰচ হয়, নহয়নে ? কিন্তু আপুনি কেতিয়াবা কোটিপতি কুকুৰৰ কথা শুনিছেনে ? মানুহ কোটিপতি হোৱাটো বিশ্বাস কৰিব পাৰি, কিন্তু কোটিপতি কুকুৰ, অবিশ্বাস্য। এয়া কেনেকৈ ঘটিছে ? গুজৰাটৰ মেহচানাৰ পঞ্চোত গাওঁত আছে কোটিপতি কুকুৰ। তাকো এটা, দুটা নহয়। প্ৰায় ৭০টা কুকুৰ আছে যি বৰ্তমান কোটিপতি। আচলতে, এই বিশেষ কুকুৰ কেইটাৰ নামত এটা গোট আছে যাৰ অধীনত ২১ বিঘা মাটি সিহতৰ নামত আছে। যাৰ মূল্য ৩.৫ কোটি টকা। কৰৰ হিচাপ দিব নোৱাৰি উক্ত ঠাইৰ কিছুসংখ্যক ব্যক্তিয়ে পূৰ্বে কুকুৰ কেইটাৰ নামত এই মাটিখিনি দান কৰিছিল। যাৰবাবে পিছলৈ কুকুৰকেইটা কোটিপতি হৈছিল। এতিয়া এই ঘটনা সমগ্ৰ বিশ্বতেই চৰ্চিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*