অসমতিনিচুকীয়া

কয়লা নগৰী লিডুৰ যুৱক সন্ধানহীন

প্ৰথম খবৰ, লিডু: লিডু অঞ্চলৰ বজাৰ বস্তিৰ এজন যুৱক যোৱা ৫ এপ্ৰিলৰ পৰা নিৰুদিষ্ট হৈ আছে। সন্ধানহীন যুৱকজনৰ নাম সুধীৰ দাস আনহাতে বয়স ২৮ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

উল্লেখ্য যে, নিৰুদিষ্ট যুৱকজন এখন মোবাইল ৰিপায়েৰিং দোকানৰ স্বত্বাধিকাৰী আছিল। কৰ্ম সূত্ৰে ডিব্ৰুগড়লৈ গৈছিল আৰু যোৱাৰ পৰা সন্ধানহীন হৈ আছে সুধীৰ। এতিয়ালৈ সংযোগহীন হৈ আছে যুৱকজনৰ মোবাইল নম্বৰ। বৰ্তমানলৈ যুৱকজনৰ  নিৰুদ্দেশৰ কোনো কাৰণ জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close