শেহতীয়া
Home / অসম / খুমটাইত ১০০ গৰাকী মহিলাক উজ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ

খুমটাইত ১০০ গৰাকী মহিলাক উজ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ

 

প্ৰথম খবৰ , খুমটাই:  খুমটাইৰ কাৰ্গিল বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ গেছ এজেন্সীত আজি প্ৰধানমন্ত্ৰী উজ্জ্বলা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ১০০ গৰাকী গ্ৰামাঞ্চলৰ মহিলাক ৰন্ধন গেছ বিতৰণ কৰা হয় । গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ ব্ৰথা উদ্ধোধন কৰা অনুষ্ঠানটিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া , খুমটাই ৰাজহ চক্ৰ বিষয়া ডা: মণিকা বৰা , জয়া গগৈ মহাবিদ্যালয় অধ্যক্ষা শোভাৰাণী শৰ্মা বৰকটকী বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*