অসমগুৱাহাটী

গুৱাহাটীৰ আৰ্য হাস্পাতালত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, প্ৰথম খবৰঃ মহানগৰীৰ আৰ্য হাস্পাতালত সোমবাৰে গ্ৰেপ্তাৰ হয় এজন ভুৱা চিকিৎসক৷

উল্লেখ্য যে, কলিকতাৰ একে নামৰ এজন চিকিৎসকৰ গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিথুন চৌধুৰী নামৰ ভুৱা চিকিৎসকজনক৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে কলিকতা আৰক্ষী৷

Related Articles

Leave a Reply

Close