অসমবৰপেটা

চেঙাত ভয়ংকৰ পথ দূৰ্ঘটনা

নিউজ ডেস্ক, চেঙা: বৰপেটাৰ চেঙাত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ এছ ১৫ই ৯৩৬৭ নম্বৰৰ এখন বাইক আৰু এছ ০১এফচি ৪৫৮৮ নম্বৰৰ বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় আব্দুল মান্নান নামৰ এগৰাকী বাইকচালক৷

জানিব পৰা মতে, নিহত বাইকচালক আব্দুল মান্নান আকন্দৰ ঘৰ হৈছে কাছুমাৰাৰ আদেৰীপাৰা চৰত আৰু তেওঁৰ বয়স হৈছে ৪৩ বছৰ৷

Related Articles

Leave a Reply

Close