সভা-সমিতি

ডিমাকুছিত চড়ক পূজাৰ ব্যাপক প্ৰস্তুতি

ডিমাকুছিৰপৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ডিমাকুছি অঞ্চলত চ’ত সংক্ৰান্তিৰ চড়ক পূজা ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে পূজা সমিতি সমূহে।
ভক্ত সকলে এমাহৰ পৰা গাঁৱে গাঁৱে ঘুৰি আছে আৰু আজিও চড়ক দেৱতাৰ ভক্ত সকলে বিভিন্ন ধৰণৰ ভেশচন ধৰি নৃত্য গীত কৰি ডিমাকুছি সমূহত বজাৰ দোকান পোহাৰৰ পৰা অৰ্থ সংগ্ৰহ কৰি আছে শনিবাৰে আৰু অহা কালি চ’ত সংক্ৰান্তিৰ চড়ক পূজা কৰিবলৈ।

এই চড়ক পূজা উপলক্ষে চৰকাৰ সন্নাসীৰ ৰূপত থকা বিভিন্ন তান্ত্ৰীক সকলে বিভিন্ন ধৰণৰ মন্ত্ৰৰে খেল-ধেমালী দেখু্ৱাৰ বাবে সাজু হৈ আছে বুলি জনাই সমিতিৰ তৰফৰ পৰা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close