অসমশীৰ্ষ

ঢোলে-তালে, নাচে-গীতে পাকৈত এদল গাভৰু

ঢকুৱাখনাৰপৰা পাপু বৰুৱা প্ৰথম খবৰ: ঢকুৱাখনাৰ বাট’মাৰী অঞ্চলৰ ধেনুখনা কলিতা গাঁৱৰ এদল গাভৰুৰ ব্যতিক্ৰমী বিহুৱে ৰাইজৰ মন মোহিছে ধেনুখনা অঞ্চলত।

এই গাভৰু বিহু দলটোৰ সকলোৱেই নিজেই ঢোল, তাল বজাই, নাচি, বিহু গীত জুৰি গাঁৱৰ ঘৰে ঘৰে কৰিছে হুঁচৰি বিহু আৰু গৃহস্থক দিছে বছৰটোলৈ কুশলে, মংগলে থকাৰ আৰ্শীবাদ।

পাহাৰী দত্ত নামৰ যুৱতী গৰাকীৰ নেতৃত্বত হুঁচৰি মৰা বিহুৱতীৰ দলটোত আছে ১২ গৰাকী বিহুৱতী ষোড়শী।

Related Articles

Leave a Reply

Close