অসম

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত প্ৰশিক্ষণ প্ৰাপ্ত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰমান পত্ৰ বিতৰন সাংসদ ৰমেন ডেকাৰ

 প্ৰথম খবৰ, মংগলদৈ দেওমৰনৈ
আজি দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধিনত প্ৰশিক্ষণ গ্ৰহন কৰি উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক প্ৰমান পত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মংগলদৈ লোকসভা সমষ্ঠিৰ সাংসদ ৰমেন ডেকা , দৰং জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অৰিঅন এডুটেকৰ সহকাৰী পৰিচালক বিষয়া অমৃত শইকীয়া , দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ নিয়োগ বিষয়া পপী কলিতাই প্ৰমান পত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানটি আঁত ধৰে দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ স্কীল মিত্ৰ নিৰঞ্জন শইকীয়াই, শতাধিক ছাত্ৰ ছাত্ৰী ক প্ৰমান পত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানত শতাধিক লোক আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close