শেহতীয়া
Home / অসম / ধুবুৰীত এন আৰ চিৰ নামত টকা সংগ্ৰহ, দুই চৰকাৰী কৰ্মচাৰী আটক

ধুবুৰীত এন আৰ চিৰ নামত টকা সংগ্ৰহ, দুই চৰকাৰী কৰ্মচাৰী আটক

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰীৰ শিক্ষা পৰিৰ্দশকৰ কাৰ্য্যালয়ৰ এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা টকা বিচৰাৰ অভিযোগত দুজন চৰকাৰী কৰ্মচাৰী আটক হৈছে।

ভূক্তভোগীৰ অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে আটক কৰিলে স্বপন দত্ত আৰু ফিৰদুছ জামান নামৰ দুজন চৰকাৰী কৰ্মচাৰীক। এন আৰ চি ৰ লিগেচি পৰীক্ষাৰ নামত ১০০ ৰ পৰা ৩০০ টকা কৈ সংগ্ৰহ কৰি থকাৰ অভিযোগ দূইজনৰ বিৰুদ্ধে। স্বপন দত্ত গাঁও পঞ্চায়তৰ সচিব আৰু ফিৰদুছ জামান ধুবুৰী গড়কাপ্তানী বিভাগৰ এছএ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*