শেহতীয়া
Home / অসম / ধুবুৰীত মৃতদেহ উদ্ধাৰ

ধুবুৰীত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰীৰ বেৰভাঙিৰ চৰ আৰু মহামায়াৰ চৰৰ মাজৰ ব্ৰহ্মপুত্ৰ চাপৰিত ৰবিবাৰে উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই মৃতদেহ। যোৱা ১৯ এপ্ৰিলত যাত্ৰীবাহী লঞ্চৰ শৌচাগাৰৰ পৰা পৰি সন্ধানহীন হৈছিল দক্ষিণ শালমাৰাৰ হাজিৰ হাটৰ সদাগৰ আলী নামৰ যুৱকজন।

Leave a Reply

Your email address will not be published. Required fields are marked *

*