অসমশীৰ্ষ

ধুবুৰীৰ চাপৰত ধৰ্ষণ কৰি হত্যা মহিলাক

 

নিউজ ডেস্ক, প্ৰথম খবৰঃ

শুক্ৰবাৰে ধুবুৰীৰ চাপৰত পুনৰ সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড৷ দুৰ্বৃত্তই হত্যা কৰি অৰ্ধ উলংগ অৱস্থাত পথাৰৰ মাজত পেলাই থৈ গ’ল এগৰাকী মহিলাক৷

উল্লেখ্য যে চাপৰৰ শালকোচাৰ ইছলামাৰীস্থিত মৃত মহিলাগৰাকীৰ এই ঘটনাক স্থানীয় ৰাইজে এক ধৰ্ষণ কাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে৷

এই ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীয়ে বৰ্তমান ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close