অসমশীৰ্ষ

ধৰ্ষণৰ বিৰুদ্ধে ধুবুৰীত বিশাল সমদল

 

 প্ৰথম খবৰ, ধুবুৰী :

ধুবুৰীত ধৰ্ষণৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ বিশাল মৌন সমদল। ধুবুৰী চহৰত প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী আৰু সচেতন ৰাইজৰ অংশ গ্ৰহণেৰে হাতে হাতে মমবাতি আৰু প্লে কাৰ্ড লৈ এই মৌন প্ৰতিবাদ।ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ লগতে ফাঁচীৰ দাবী উত্থাপন কৰিছে ধুবুৰীৰ ছাত্ৰ ছাত্ৰী তথা নৱ প্ৰজন্মই

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close