অসমনলবাৰী

নলবাৰীত পথ দুৰ্ঘটনাত টেম্পচালক আহত

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ আখৰাত সোমবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক গুৰতৰভাৱে আহত হয়। আহত লোকজনক টেম্প ভেনৰ চালক বিকাশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ আঘাট গুৰুতৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নলবাৰীৰ দিশলৈ আহি থকা টেম্প ভেন খনক তীব্ৰ বেগী ট্ৰাকে মহতীয়াই নিয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close