শেহতীয়া
Home / অসম / নুমলীগড় শোধনাগাৰত বিষ্ফোৰণ

নুমলীগড় শোধনাগাৰত বিষ্ফোৰণ

প্ৰথম খবৰ, নুমলীগড় :ডিগবৈ নুমলীগড় শোধনাগাৰত সংঘটিত হৈছে বিষ্ফোৰণ |

জানিব পৰামতে মটৰ স্পিৰিত প্ৰকল্পত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা, ঘটনাটোত এজন কৰ্মচাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে।

নিহত কৰ্মচাৰী জন সঞ্জয় নেওঁগ বুলি জানিব পৰা গৈছে, ঘটনাৰ সবিশেষ কাৰণ এটিয়ালৈকে জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*