শেহতীয়া
Home / অসম / বঙাইগাঁওৰ গৰৈমাৰীত পথ দুৰ্ঘটনা

বঙাইগাঁওৰ গৰৈমাৰীত পথ দুৰ্ঘটনা

 

নিউজ ডেস্ক, প্ৰথম খবৰ:
বঙাইগাঁও জিলাৰ গৰৈমাৰীত সংঘটিত হৈছে এক শিহৰণকাৰী পথ দুৰ্ঘটনা।
এখন যাত্ৰীবাহী টেম্প আৰু ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষ লগাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় টেম্পখনৰ দুজন আৰোহী তথা গুৰুতৰ ভাৱে আহত হয় ৯ জন যাত্ৰী।
আহত সকলক বঙাইগাঁওৰ লৱাৰ আচাম হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*