শেহতীয়া
Home / বিনোদন / বাদশ্বাহৰ ‘তেৰা বজ মুজে’ৰ ইউটিউব ৰেকৰ্ড

বাদশ্বাহৰ ‘তেৰা বজ মুজে’ৰ ইউটিউব ৰেকৰ্ড

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ৰেপ সংগীতৰ সম্ৰাট বাদশ্বাহ। বৰ্তমান তেওঁৰ ৰেপ নহ’লে বলিউডৰ গান হিট নহয়। ‘ডীজে ৱালে বাবু’ৰে নিজৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰা বাদশ্বাহৰ শেহতীয়া গান হৈছে ‘তেৰা বজ মুজে’। যিয়ে ইতিমধ্যে ইউটিউবত ৰেকৰ্ড কৰিছে।

গীতটিৰ মুক্তিৰ ২৪ ঘণ্টা পিছতেই ইউটিউব ট্ৰেণ্ডত দুই নম্বৰ স্থানত আছে। গানটোত তেওঁৰ সহযোগী হিচাপে কণ্ঠ নিগৰাইছে আস্থা গীলে। বৰ্তমান ইউটিউবত গানটোৰ দৰ্শকৰ সংখ্যা হৈছে ২১ মিলিয়ন।

Leave a Reply

Your email address will not be published. Required fields are marked *

*