শেহতীয়া
Home / শীৰ্ষ / বিশ্বৰ সবাতোকৈ ওখ গাওখন

বিশ্বৰ সবাতোকৈ ওখ গাওখন

নিউজ ডেস্ক, প্ৰথম খবৰ:
গাওঁৰ পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিশেষকৈ, তাৰ প্ৰাকৃতিক পৰিবেশবোৰে। আপুনি কেতিয়াবা গাওঁলৈ গৈছেনে! আপোনাৰ গাওঁখন কিমান ডাঙৰ বাৰু! শেহতীয়াকৈ, ভাৰতৰ এক বিশেষ ঠাইত চিনাক্ত হৈছে বিশ্বৰ সবাতোকৈ ওখ গাওঁখন। এই গাওঁখন বৰফেৰে আবৃত আৰু ইয়াত বৰষুণৰ মাত্ৰাও কম। হিমাচল প্ৰদেশত আছে এই বিশেষ গাওঁখন। হিমালয়ৰপৰা নিচেই ওচৰত আছে এই বিশেষ গাওঁখন। নাম কিব্বৰ গাওঁ। গ্ৰীষ্মৰ বন্ধত যদি আপুনি ক’ৰবালৈ যাব খোজে তেন্তে আপোনাৰ বাবে উৎকৃষ্ট হ’ব এই গাওঁখন। গাওঁখন হিমালয়ৰ ওচৰত হোৱা বাবে তাত আপোনাৰ গৰম অনুভৱ নহ’ব। গাওঁখনৰ উচ্চতা ৪,২০০ মিটাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*