অসম

বেহাৰবাৰী আউটপোষ্টৰ পৰিচালকৰ গো’ধন হালে লাভ কৰিলে প্ৰথম পুৰস্কাৰ

চতিয়াৰপৰা সৌৰভ হাজৰিকা, প্ৰথম খবৰ: অসমৰ প্ৰথমখন বিহু মেলা চতিয়াৰ মাধুৰী আঁহতৰ তলত আয়োজন কৰা অন্যতম প্ৰতিযোগিতা গো-ধন প্ৰতিযোগিতাত শ্ৰেষ্ঠ গো-ধনৰ পুৰস্কাৰ লাভ কৰিলে অসমৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট”-ৰ পৰিচালক মনোজ শইকিয়াৰ নিজা গৃহৰ গোধন হালে।

খেতিয়কৰ পৰিয়ালৰ যুৱক মনোজৰ গৃহৰ গোধন হালে এই পুৰস্কাৰ লাভ কৰাত বিশেষকৈ উৎফুল্লিত হৈ পৰিছে “বেহাৰবাৰী আউটপোষ্ট’ৰ পৰিয়াল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close