অসমশীৰ্ষ

বৰক্ষেত্ৰীত প্ৰচণ্ড ধুমুহা বৰষুণ 

বৰক্ষেত্ৰীৰ কেইবাখনো গাওঁত বিস্তৰ ক্ষতি সাধন ৷
বৰক্ষেত্ৰীৰ কেইবাটাও ঘৰত বাগৰিল গছ ৷
মুকালমুৱাৰ চ‘ক বজাৰৰ পথত বাগৰিল গছ ৷
ধুমুহাই উৰুৱাই নিলে দোকান ঘৰৰ টিনপাত ৷
বহু ঠাইত চিঙিল বিদ্যুতৰ তাৰ ৷
বৰক্ষেত্ৰীৰ সমগ্ৰ অঞ্চলটোত বিদ্যুত সেৱা ব্যহত

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close