ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ১৭

নেচনেল ডেস্ক, প্ৰথম খবৰঃ মঙ্গলবাৰে মহাৰাষ্ট্ৰৰ পুণে-চাতাৰা পথত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা৷

দুৰ্ঘটনাটো এখন এচ ইউ ভি বাহন আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে ১৭ জনকৈ লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ১৫ জনকৈ লোক৷

চাতাৰাৰ পৰা ৪৫ কিঃমিঃ নিলগৰ খাণ্ডালাত সংঘটিত হোৱা এই দুৰ্ঘটনাত আহত হোৱাসকলক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close