অসম

মাজগাওঁ শিক্ষা সংস্কৃতি উন্নয়ন সমিতিৰ সৌজন্যত কেৰিয়াৰ গাইড কৰ্মশালা 

 

প্ৰথম খবৰ :
শনিবাৰে দেৰগাৱৰ মাজগাওঁ যুৱক সংঘৰ সৌজন্যত আয়োজন কৰা হয় ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেৰিয়াৰ গাইড কৰ্মশালা | বিগত ২০১৩ চনৰ পৰা ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন ধৰণেৰে সহায় কৰি অহা মাজগাওঁ শিক্ষা সংসংস্কৃতি উন্নয়ন সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই কৰ্মশালা | দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে আয়োজন কৰা কৰ্মশালাখনিত অংশগ্ৰহণ কৰে গুৱাহাটীস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনলজীৰ সহকাৰী অধ্যাপক ড০ বুলজিত বুঢ়াগোহায়ে | প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ড০ বুলজিত বুঢ়াগোহাঁয়ে ছাত্ৰ ছাত্ৰী সকলৰ কেৰিয়াৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close