অসমশীৰ্ষ

মৰাণ ব্ৰেকিং

মৰাণ খুমটাইত অইলৰ পাইপত ভয়ানক বিস্ফোৰণ । ক’ড অইলৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল।  অগ্নিকাণ্ড সংঘটিত আশংকাত আতংকিত ৰাইজ। এঘন্টা ধৰি বিস্ফোৰণ হৈ থকা ঠাইত অইল কতৃপক্ষ উপস্থিত হোৱা নাই।

Related Articles

Leave a Reply

Close