অসমশীৰ্ষ

লামডিঙত উপস্থিত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

প্ৰথম খবৰ , লামডিং :

লামডিং বিবেকানন্দ খেল পথাৰত আজিৰ পৰা আৰম্ভ শ্যামা প্ৰসাদ মুখাৰ্জী আন্ত -অসম মহিলা ফুটবল প্ৰতিযোগিতা।

উদ্ভধনী অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , ৰাজেন গোহাঁইৰ সহ ধৰ্মী ৰীতা গোহাঁই, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ। ৰাজ্যত মহিলা নিৰ্যাতনৰ ঘটনা বৃদ্ধি ঘটনাক লৈ চিন্তিত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম শীঘ্ৰেই গুৱাহাটীত সকলো মহিলাক লৈ সজাগতা সভা কৰিব বন মন্ত্ৰী গৰাকী।  অসমত বসবাস কৰা বঙালী সকলোক আতংকিত হব নালাগে বুলি ঘোষণা কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ময়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close