শেহতীয়া
Home / অসম / শ্বুটিঙত স্বৰ্ণ পদক বিজয়ী জিতু ৰায়ক উষ্ম আঁদৰণী

শ্বুটিঙত স্বৰ্ণ পদক বিজয়ী জিতু ৰায়ক উষ্ম আঁদৰণী

 

নেচনেল ডেস্ক, প্ৰথম খবৰঃ অষ্ট্ৰেলিয়াৰ গোল্ড ক’ষ্টৰ ২১ তম কমনৱেল্থ গেমছত ১০ মিটাৰ দূৰত্বৰ এয়াৰ পিস্তল খেলত ২৩৫.১ পইণ্ট লাভ কৰি ভাৰতক অষ্টমটো স্বৰ্ণ পদক দিয়াবলৈ সক্ষম হোৱা জিতু ৰায়ক শুক্ৰবাৰে উষ্ম আঁদৰণী জনোৱা হয় দিল্লী বিমানবন্দৰত৷

ভাৰতীয় সেনাবাহিনীত কৰ্মৰত শ্বুটাৰগৰাকীক আঁদৰণি জনায় সেনাবাহিনীৰ সতীৰ্থ বন্ধুসকলৰ লগতে পত্নী সুস্মিতা ৰায়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*