শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / উত্তৰ পূব / হাফলঙত ৰাজ্যপাল জগদীশ মুখী

হাফলঙত ৰাজ্যপাল জগদীশ মুখী

নিউজ ডেস্ক, প্ৰথম খবৰঃ বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে হাফলঙত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী৷ এই ভ্ৰমণকালত হাফলঙৰ নিৰাপত্তা সন্দৰ্ভত উচ্চপদস্ত বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে হাফলং আৱৰ্ত ভৱনত বিভিন্ন জনগোষ্ঠীয় সংগঠন আৰু ৰাজনৈতিক দলেৰেও বৈঠকত মিলিত হ’ব ৰাজ্যপালগৰাকী৷

ৰাজ্যপাল জগদীশ মুখীয়ে হাফলঙত অৱস্থিত অসমৰ দ্বিতীয় স্বচ্চতাপূৰ্ণ গাওঁ হিচাপে স্বিকৃতিপ্ৰাপ্ত জায়ন গাওঁ আৰু হাফলঙৰ বিদ্যালয়-মহাবিদ্যালয় আৰু হাস্পাতালসমূহ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ পৰিষদীয় চি ই এম আৰু ই এমকে আদি কৰি সদস্যসকলৰ সৈতে কেন্দ্ৰীয় আঁচনীৰ ৰূপায়ণক লৈও আলোচনাত বহিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*