অসমশীৰ্ষ

৩১ মে’ৰ ভিতৰত প্ৰকাশ পাব এন আৰ চিৰ দ্বিতীয় খচৰা

 

নিউজ ডেস্ক, প্ৰথম খবৰঃ

এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশৰ প্ৰায় ৫ মাহৰ অন্তত প্ৰকাশ পাবলৈ গৈ আছে এন আৰ চিৰ দ্বিতীয়খন খচৰা৷

উল্লেখ্য যে এন আৰ চিৰ এই দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ দিন যিমানে চমু চাপি আহিছে সিমানে আছু আমছুকে আদি কৰি বিভিন্ন দলীয় নেতা-কৰ্মীৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে এন আৰ চিৰ মহাপঞ্জীয়ক প্ৰতীক হাজেলায়ে৷

বৃহস্পতিবাৰে আছু-আমছুৰ সৈতে হোৱা এক বৈঠকত সদৌ অসম ছাত্ৰ সন্থাই মহাপঞ্জীয়কগৰাকীক এন আৰ চিত বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে মহাপঞ্জীয়কগৰাকীয়ে দুই ছাত্ৰ সংগঠনৰ পৰা বহুমূলীয়া পৰামৰ্শ গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close