অসমশীৰ্ষ

অংক শিক্ষকৰ পিটনত কামিহাড় ভাঙিল ছাত্ৰৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: শোণিতপুৰৰ বালিপাৰাত শিক্ষকৰ পিটনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰ। বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক শিক্ষক নিপেন শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। শইকীয়াই বিৰুদ্ধে অভিযোগ এটা সামান্য কথাতে ছাত্ৰজনক ডবাপিটা দিয়াৰ ফলত ছাত্ৰজনৰ কামিহাড় পৰ্য্যন্ত ভাঙি যায়। বিদ্যালয় কতৃপক্ষই ঘটনাত কোনো ব্যৱস্থা নোলোৱাত জাঙোৰ খাই উঠিছে অঞ্চলবাসী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close