অসমশীৰ্ষ

অখিল গগৈৰ প্ৰতিকৃতি দাহ

নিউজ ডেস্ক,প্ৰথম খবৰ: কৰিমগঞ্জত বিজেপিৰ যুৱ মৰ্চাই অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰিছে। “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়া যুৱকৰ লগত উঠা অখিলৰ এখন ফটোক কেন্দ্ৰ কৰি এই প্ৰতিবাদ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close