আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অগ্নিৰ কন্যা মমতা দিদিৰ টুইট

নিউজ ডেস্ক,প্ৰথম খবৰ:বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱক অভিনন্দন জনালে মমতা দিদিয়ে। পুত্ৰৰ বিবাহৰ বাবে ৫ দিনৰ পেৰলত মুক্তি পোৱা লালু প্ৰসাদ যাদৱৰ লগতে পুত্ৰ তেজপ্ৰতাপৰ বিবাহ কাৰ্য যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবেও অভিনন্দন জনালে পৰিয়াল বৰ্গক।

Related Articles

Leave a Reply

Close