অসমশীৰ্ষ

অমিত শ্বাহলৈ অখিলৰ ক’লা পতাকা

নিউজ ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক ক’লা পতাকা দেখুৱাবলৈ সাজু হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক অসম ভ্ৰমণৰ বিৰোধিতাৰে বৰঝাৰ বিমানবন্দৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰদৰ্শন কৰিব ক’লা পতাকা।

শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক যৌথ সংবাদমেলত এই মন্তব্য প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে৷

Related Articles

Leave a Reply

Close