অসম

অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: পেট্ৰল,ডিজেলৰ অত্যধিক মূল্যবৃদ্ধীয়ে সৰ্বসাধাৰন জনতাক মাধমাৰ শোধাই থকাৰ সময়তে সোণাৰিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে।পেট্ৰল,ডিজেলৰ অত্যধিক মূল্যবৃদ্ধীৰ ফলত হোৱা অবাঞ্চিত পৰিস্থিৰ কাৰণে যুৱ মঞ্চৰ কৰ্মকৰ্তা সকলে পেট্ৰলিয়াম মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close