অসমশীৰ্ষ

অসম লোকসেৱা আয়োগত ৪ সদস্যক নিযুক্তি

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমত দীৰ্ঘদিন ধৰি খালী হৈ থকা অসম লোকসেৱা আয়োগৰ চাৰি সদস্য পদৰ বাবে সোমবাৰে অসম চৰকাৰে এ পি এচ চিৰ সদস্য হিচাপে নিযুক্তি দিয়ে আই এ এচ বিষয়া মুক্তি গগৈ, এ চি এচ বিষয়া প্ৰফুল্ল কুমাৰ হাজোৱাৰী, কাছাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সজলেন্দু দাস লস্কৰ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ অজন্তা নাথক।

Related Articles

Leave a Reply

Close